CIRCULAR: This is to hereby inform all the passed out students of Pachim Jorhat ITI of Electrician Trade specially 2019 batch who were mostly affected due to CORONA pandemic are advise to submit their biodata/resume for Job Training at the earliest i.e. on or before 17/03/2023 which is as per the agreement signed during admission. - By order
জাননী : ইয়াৰ দ্বাৰা ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ পশ্চিম যোৰহাট আইটিআইৰ সকলো উত্তীৰ্ণ শিক্ষাৰ্থীক অৱগত কৰা হল যে, বিশেষকৈ কৰোনা মহামাৰীৰ ফলত প্ৰভাৱিত হোৱা সকলো শিক্ষাৰ্থীক তেওঁলোকৰ নিয়োগ সংস্থাপনৰ / চাকৰি প্ৰশিক্ষণৰ বাবে অতি শীঘ্ৰে অৰ্থাৎ 17/03/2023 তাৰিখে বা তাৰ আগতে আবেদন দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে নামভৰ্তিৰ সময়ত স্বাক্ষৰিত চুক্তি মৰ্মে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।- নিৰ্দেশক্ৰমে